তিনিচুকীয়া: হিজুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৭০০ নং গেট সমীপৰ দীপা লাইনত জঘণ্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত
তিনিচুকীয়া হিজুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৭০০ নং গেট সমীপৰ দীপা লাইনত সোমবাৰে এক জঘণ্য হত্যাকাণ্ড সংঘটিত হৈছে। অভিযোগ অনুসৰি এটা সৰু কাজিয়াৰ সূত্ৰপাত হৈ শিবু মজুমদাৰ নামৰ এজন ৩৬ বছৰীয়া ব্যক্তিক ২৬ বছৰীয়া ৰবি ভূমিজ আৰু ২১ বছৰ বয়সৰ দেবা গোৱালা নামৰ দুজন অভিযুক্তই অতি গুৰুত্বৰ ভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে ।