গোলাঘাট: গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় লাভ
গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় লাভ l বুধবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট দেবৰাজ ৰয় মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা l গোলাঘাটত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ সভাপতি সম্পাদকৰ লগতে বহু কেইটা পদত পাৰ্থী সকলক জয় লাভ কৰে l ফলাফল ঘোষণাৰ পিচতেই সকলো ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন জয়ী পাৰ্থী সকলৰ।