পূব যোৰহাট: জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতিত সেৱা পষেকীয়া কাৰ্যসূচীৰ আৰম্ভনি
জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি সেৱা পষেকীয়া কাৰ্যসূচীৰ আৰম্ভনি । আজিৰ পৰা যোৰহাটত আৰম্ভ হৈছে উক্ত কাৰ্যসূচী । যোৰহাটতো আজিৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী। ১৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব বিভিন্ন অনুষ্ঠান।