নগাঁও: নগাঁৱৰ ভকত গাঁৱৰ বজাৰত চুৰি কাণ্ডৰ ঘটনা,চুৰে লুটি নিয়ে নগদ ধনৰ লগতে সা সামগ্ৰী,ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ
Nagaon, Nagaon | Oct 20, 2025 নগাঁৱৰ ভকত গাঁৱৰ বজাৰত দেওবাৰে নিশা চুৰি কাণ্ডৰ ঘটনা।চুৰে লুটি নিয়ে নগদ ধনৰ লগতে সা সামগ্ৰী,সোমবাৰে পুৱা প্ৰায় ৮ মান বজাৰ ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।দুখনকৈ দোকানত নিশা চুৰি কাণ্ড সংঘটিত কৰি লুটি নিলে নগদ ধন আৰু সা-সামগ্ৰী।ঘটনাস্থলিত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।উল্লেখ্য যে ড্ৰাগছ আসক্ত যুৱকে এই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্