নগাঁও: কলিয়াবৰৰ বামুণীত জাক জাক বন্যহস্তীৰ উপদ্ৰৱ,নিশা জাক জাক বন্যহস্তীয়ে উপদ্ৰৱ চলাই ধাননি পথাৰত,উপস্থিত বন বিভাগৰ লোক
কলিয়াবৰৰ জনাঞ্চলত দেওবাৰে নিশা প্ৰায় ১০ মান বজাত জাক জাক বন্যহস্তীৰ উপদ্ৰৱ। নিশা জাক জাক বন্যহস্তীয়ে উপদ্ৰৱ চলাই কলিয়াবৰৰ বামুনী অঞ্চলৰ ধাননি পথাৰত। খাদ্যৰ সন্ধানত বনাঞ্চল পৰা ওলাই আহে শতাধিক বন্যহস্তীৰ জাক। দৈনিক অঞ্চলতটোত অব্যাহত আছে হাতী-মানুহৰ সংঘাট। বন্যহস্তীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই ধানখেতি। বন বিভাগৰ দল উপস্থিত হৈ হাটী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।