গুৱাহাটী: দীঘলীপুখুৰীৰ গছ কটা প্ৰসংগত চলা চৰ্চাৰ সন্দৰ্ভত মন্তব্য লোক নিৰ্মাণ বিভাগৰ
,দীঘলীপুখুৰীত কোনো গছ কটা হোৱা নাই
দীঘলীপুখুৰীৰ গছ কটা প্ৰসংগত চলা চৰ্চাৰ সন্দৰ্ভত মন্তব্য লোক নিৰ্মাণ বিভাগৰ ,দীঘলীপুখুৰীত কোনো গছ কটা হোৱা নাই।Handloom Textiles ৰপৰা দীঘলীপুখুৰী পাৰলৈকে উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে ৭৭ জোপা গছ স্থানান্তৰ কৰা হৈছিল ।৩৪ জোপা গছ Handloom Textile ৰ চৌহদত বাকী ৪৩ জোপা গছ লাচিত ঘাটত সংৰোপণ ।