দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য হাগ্ৰামা মহিলাৰী সপোন পাগল মানুহ তেঁও মানুহ জনেই অনিয়ম
আজি চিৰাং জিলাৰ কাজলগাঁৱত প্ৰাক্তন মন্ত্ৰী তথা আগন্তুক বিটিচি নিৰ্বাচনৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম মন্তব্য হাগ্ৰামা মহিলাৰী সপোন পাগল মানুহ তেঁও মানুহ জনেই অনিয়ম,হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণৰ দিন ঘোষনা কৰা সন্দৰ্ভত কয় হাগ্ৰামা মহিলাৰী সপোন পাগৰ মানুহ ছিমাং পাগলা তেঁও সপোন দেখি ভাল পায়।যোৱা ৫ বছৰ যিদৰে নিজে বিটিচিৰ চিফ হব বুলি দিন তাৰিখ কৈ ফুৰিছিল হল জানো, প্ৰশ্ন চন্দন ব্ৰহ্মৰ।