ওদালগুৰি: বড়োবজাৰত ধনশ্ৰীনদীত নিৰ্মাণ হবলগীয়া দলঙৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলীৰীয়ে
*বড়োভূমিত চৰকাৰ গঠন কৰাৰ পাছত প্ৰথমবাৰলৈ UDALGURI SUB DIVISION ৰ ৰৌতা পৰিষদীয় সমষ্টিত উপস্থিত BPF প্রধান হাগ্রামা মহিলাৰী |* সমষ্টিটোৰ বড়োবজাৰত ধনশ্রী নদীৰ ওপৰত নির্মাণ হবলগীয়া দলঙৰ আধাৰশিলা মুকলি মহিলাৰীৰ | উপস্থিত থাকে ৰৌতা সমষ্টিৰ পাৰিষদ, অসম চৰকাৰৰ পৰিবহন মন্ত্রী চৰণ বড়ো, মন্ত্রী জয়ন্তমল্ল বৰুৱা, উপ মুখ্য কার্যবাহী সদস্য ৰিহন দৈমাৰীকে আদি কৰি বহুকেইগৰাকী EM, পাৰিষদ | আনহাতে, *BPF চৰকাৰ অহাৰ পাছত ABSU - ই বড়ো শান্তি চুক্তিক লৈ আন্দোলন ঘোষণা কৰাক লৈ কটাক্ষ