মঙলদৈ ভাগ: চিন্তাগাঁৱত নিৰ্বাচনী প্ৰচাৰত উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী,
চিন্তাগাৱত বি টি চি নিৰ্বাচনৰ মুদৈবড়ী সমষ্টিৰ বিজিপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।এই সভাতে বিভিন্ন দলৰ প্ৰায় 20 গৰাকী সদস্য বিজেপিত যোগদান কৰে।