মঙলদৈ ভাগ: মঙলদৈস্থিত আয়ুক্ত কাৰ্যালয়ত BLO Supervisors পক্ষীক্ষন অনুষ্ঠিত হয়, উপস্থিত জিলা আয়ুক্ত
দৰং জিলা আয়ুক্ত কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত হয় দৰং জিলা BLO Supervisor পক্ষীক্ষন।এই পক্ষীক্ষনত ভোটাৰ তালিকা নাম অন্তৰ্ভুক্ত আৰু মৃত ব্যক্তিৰ নাম কৰ্তনৰ ওপৰত পক্ষীক্ষন দিয়ে।এই পক্ষীক্ষন কাৰ্যসূচীত মঙ্গলবাৰে দুপৰীয়া 1 মান বজাত উপস্থিত থাকে দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি