বইটামাৰী: তালগুৰীৰ টুনীয়া নৈত কলৰ ভুৰৰে বৃদ্ধ এগৰাকীৰ শৱ দেহটো শ্মশানলৈ লোৱা দৃশ্য ভাইৰেল, অতিশীঘ্ৰেই পথ নিৰ্মাণৰ দাবী কৰে ৰাইজে
Boitamari, Bongaigaon | Aug 19, 2025
বইটামাৰী ৰাজহ চক্ৰৰ তালগুৰী গাওঁৰ কৰুণ দৃশ্য । টুনীয়া নৈৰ গঢ়া খহনীয়াই তালগুৰী শ্মশানত যোৱা পথটো একেবাৰে উটুৱাই...