বাঘবৰ: কলগাছিয়াৰ বালিকুৰিত চোৰ আটক, চুৰি কৰিবলৈ গৈ ধৰা পৰি ৰাইজে উত্তম মাধ্যম সোধায় গতাই দিয়ে আৰক্ষীক
Baghbor, Barpeta | Sep 10, 2025
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিত বুধবাৰে দিন দূপৰতে চোৰ আটক হয়। জানিব পৰা মতে বালিকুৰি গাৱঁৰ গনি...