পূব ডিব্ৰুগড়: চাবুৱা বায়ুসেনা ষ্টেচনত নিয়োজিত ডেৰশ থলুৱা শ্ৰমিকক ছাটাই, সদৰত আঞ্চলিক শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ ঠিকাদাৰ শ্ৰমিক সন্থাৰ
Dibrugarh East, Dibrugarh | Aug 21, 2025
থলুৱা শ্ৰমিকক ছাটাই কৰাৰ পৰিকল্পনা কৰিছে চাবুৱা বায়ুসেনা ষ্টেচনে। ঠিকাদাৰৰ অধীনত কৰ্মৰত ঠিকাদাৰী শ্ৰমিকক কোনো ধৰণৰ জাননী...