জনতা ভৱনত অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল আৰু উক্ত অনুষ্ঠানটিৰ আয়োজনৰ আনুষংগিক দিশসমূহৰ সৈতে জড়িত অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা ।বৰাগাঁৱত নিৰ্মাণ হৈ থকা "শ্বহীদ স্মাৰক ক্ষেত্ৰ" অহা ১০ ডিচেম্বৰৰ ‘শ্বহীদ দিৱস’ৰ দিনা মুকলি কৰা হ'ব সন্দৰ্ভত আলোচনা।