নগাঁও: বাই পাচত বিশিষ্ট কণ্ঠশিল্পী চৈয়দ ছাদুল্লাক শ্ৰদ্ধাঞ্জলি দল সংগঠন ও জিলা আয়ুক্তৰ
Nagaon, Nagaon | Oct 31, 2025 নগাঁৱৰ বৰঘাট বাইপাছত বৃহস্পতিবাৰে নিশা সংগীত শিল্পী, গীতিকাৰ সুৰকাৰ অল ইণ্ডিয়া ৰেডিঅৰ পৰিবেশক চৈয়দ ছাদুল্লাৰ নচ্ছৰ দেহত মাল্যৰ্পনৰে শ্ৰদ্ধাঞ্জলি জনায় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৱে । উল্লেখযোগ্য যে শিল্পী গৰাকীৰ দীৰ্ঘদিনে অসুস্থতাৰ পাছত আজি গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ইহলীলা সম্বৰণ কৰে। গুৱাহাটীৰ পৰা শিল্পী গৰাকীৰ নচ্ছৰ দেহ ডিব্ৰুগড়লৈ নিয়াৰ পথত বৰঘাট বাইপাছত আমছুৱে বাটতে শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে উক্ত স্থানতে নগাঁও জিলা আয়ুক্ত