বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম হালোৱাগাওঁ চাৰিআলিত অনুষ্ঠিত ৰাস মহোৎসৱত দেওবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত উপস্থিত হয় বিধায়ক জিতু গোস্বামী। বিধায়ক জিতু গোস্বামী উপস্থিত হৈ প্ৰভূৰ আশীষ লোৱাৰ লগতে উদযাপন সমিতি তথা উপস্থিত ৰাইজৰ সৈতে কিছু মত বিনিময় কৰে।