তিনিচুকীয়া: ৰাজগড় আলি চাহ বাগিছাৰ মূলপথটো আধাতে নিৰ্মাণ কাৰ্য সামৰাত ,অঞ্চলৰ ৰাইজৰ সমস্যাৰ সৃষ্টি #jansamasya
Tinsukia, Tinsukia | Aug 31, 2025
অসম চৰকাৰে চাহ বাগিছা ৰাইজৰ উন্নয়নৰ নামত প্ৰদান কৰা পকী পথ আধাতে নিৰ্মাণ কাৰ্য সামৰিলে নিৰ্মাণ কাৰ্যৰ দায়িত্ব থকা লোকে।...