হোজাই: প্ৰধানমন্ত্ৰীৰ জন্ম দিনৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্বাস্থ্য বিভাগৰ সহযোগত স্বেচ্ছামূলক ৰক্তদান শিবিৰ
Hojai, Hojai | Sep 17, 2025 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে স্বাস্থ্য সেৱা সপ্তাহ উদযাপনৰ অংশ হিচাপে বুধবাৰে দিনৰ ১১বজাৰ পৰা হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্বাস্থ্য বিভাগৰ সহযোগত আজি হোজাই জিলাৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰা হয়।উক্ত স্বেচ্ছামূলক ৰক্তদান শিবিৰত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ,জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী সহ জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকি ৰক্তদান কৰা পৰ