চাবুৱা: বিন্ধাকতাত চোৰাং চিকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, গ্ৰেপ্তাৰ এজন, জব্দ বিভিন্ন বন্যপ্ৰাণীৰ ছাল, হাঁড়, দাঁত
Chabua, Dibrugarh | Sep 1, 2025
ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোহৰলৈ আহিছে বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়। চাবুৱাৰ বিন্ধাকটাত চোৰাং চিকাৰীলৈ লক্ষ্য কৰি...