বইটামাৰী: তালগুৰীত পুনৰ সংঘটিত হয় গৰু চুৰিৰ ঘটনা, ভুক্তভোগী পৰিয়ালে জনায় যে নিশা গেটৰ তলা ভাঙি চোৰে চুৰ কৰি লৈ যায় দুটাকৈ গৰু
Boitamari, Bongaigaon | Aug 13, 2025
বঙাইগাঁও জিলাৰ তালগুৰীত নিশা গৰু চুৰিৰ ঘটনা সংঘটিত হয়। উত্তম কুমাৰ নাথ নামৰ ব্যক্তিজন বাসগৃহৰ গোহালীৰ পৰা নিশা বৰষুণ দি...