চাৰিদুৱাৰ: ঢেকীয়াজুলি পৌৰসভাৰ ৬ নং ৱাৰ্ডত থকা শ্ৰীশ্ৰী শনি মন্দিৰত শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি দিৱসৰ অনুষ্ঠান
Chariduar, Sonitpur | Aug 23, 2025
ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত থকা শ্ৰীশ্ৰী শনি মন্দিৰত শনিবাৰে পুৱা ৭ বজাৰ পৰা শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰী শনি...