শিৱসাগৰ: সদৰৰ বীৰ লাচিত সেনাৰ প্ৰতিবাদ স্থলীত হাতত পান-তামোলৰ বঁটা লৈ এছ কে পেট্ৰ'ৰ প্ৰতিনিধি উপস্থিত
শিৱসাগৰ সদৰৰ বীৰ লাচিত সেনাৰ প্ৰতিবাদ স্থলীত হাতত পান-তামোলৰ বঁটা লৈ এছ কে পেট্ৰ'ৰ প্ৰতিনিধি উপস্থিত । বীৰ লাচিত সেনাৰ প্ৰতি আহ্বান এই সকলৰ আলোচনাত মিলিত হোৱাৰ বাবে এছ কে পেট্ৰ'ৰ সতে । অন্যহাতে কেইবাটাও গুৰুত্বপূৰ্ণ স্বত্ব আগত ৰাখি এছ কে পেট্ৰ'ৰ প্ৰতিনিধিৰ প্ৰতি সন্মান জনাই সংগঠনটোৱে সঁহাৰি দিয়ে আলোচনাৰ বাবে ।