ধুবুৰী ভাগ: ফকিৰগঞ্জত জল পৰিবহন বিভাগত বুঢ়া আঙুলি দেখূৱাই একাংশ নাওৰিয়াই যাত্ৰীৰ জীৱনক লৈ হেতালি খেলি থকাৰ অভিযোগ
Dhubri Part, Dhubri | Aug 19, 2025
কোনো ধৰনৰ লাইফ জেকেটৰ ব্যৱস্থা নকৰি ইঞ্জিন চালিত নাৱেৰে পাৰা পাৰ কৰি আছে শ শ যাত্ৰীক উল্লেখ্য যে ধুবুৰী ব্ৰহ্মপুত্ৰৰ ...