নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত ৭৭ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা শুভাৰম্ভ,উপস্থিত বিধায়ক ৰূপক শৰ্মা ।নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ৭৭ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনি অহা ২২ নৱেম্বৰত অন্ত পৰিব। উল্লেখ্য যে এইবছৰ ৭৭ সংখ্যক স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা খনি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত উচৰ্গা কৰে নগাওঁ ক্ৰীয়া সন্থায়ে।এই প্ৰতিযোগিতা খনিত সৰ্বভাৰতীয় পৰ্যা