নগাঁও: কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইবাজনো যাত্ৰীক চিকিৎসালয়ত ভর্তি
Nagaon, Nagaon | Oct 24, 2025 কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো যাত্ৰীক চিকিৎসালয়ত ভর্তি।শুক্ৰবাৰে দিনৰ প্ৰায় ১২ মান বজাত জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰা এখন বাহন কলিয়াবৰত দুৰ্ঘটনা গ্ৰস্থ হয়। কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো যাত্ৰী। আঘাতপ্ৰাপ্ত যাত্ৰীক স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসালয়ত ভর্তি কৰোৱা হয় । ইফালে দুৰ্ঘটনাত পতিত বাহন খনৰ নম্বৰ AS23AE 8348