দাংতল ৰাজহ চক্ৰ: হাচৰাবাৰী ভোট কেন্দ্ৰত উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ভোটাৰ ৰাইজৰ সৈতে কৰে মতবিনিময়
আজি চিৰাং জিলাৰ হাচৰাবাৰী ভোট কেন্দ্ৰত উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী সমষ্টি হিচাপে উপস্থিত হয় আৰু ৰাইজৰ লগত মতবিনিময় কৰে বিটিআৰৰ প্ৰাক্তন চিফ তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ,তেওঁ মতবিনিময় কৰি সংবাদ মাধ্যমক জনায় যে বিপিএফ দলৰ বিৰাট ভাল,জিকাটো খাটাঙ খোব বেয়াকৈ হাৰিব ইউপিপিএল দলৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী এই কথা সংবাদ মাধ্যমক জনালে হাগ্ৰামা মহিলাৰীয়ে।