ওদালগুৰি: ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ্থী পল তপ্পৰ জয়লাভ বুলি ওদালগুৰিত ঘোষনা কৰে
ওদালগুৰি জিলাৰ ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত BPF দলৰ পল তপ্পৰ জয়লাজ। ৩৬৮ ভোটৰ ব্যৱধানত জয়লাভ।সমগ্ৰ জিলাৰ খনতে বিপিএফৰ সাংগঠনিক স্থিতি শক্তিশালী আৰু সবল হৈ পৰাত পূৰ্বতকৈ অধিক সাংগাঠনিক দিশটো দিনক দিনে সবল হৈ উঠা দেখা পোবা গৈছে। তাৰ ফলতে ন’নৈ চেৰফাং সমষ্টিত বিপিএফৰ প্ৰাৰ্থী জয়ী হবলৈ সক্ষম হৈছে।