ওদালগুৰি: শিশু ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত ভেৰগাঁৱত তীব্ৰ প্ৰতিবাদ দল-সংগঠনৰ
এসপ্তাহৰ পূৰ্বে ভেৰগাঁৱৰ নলবাৰীৰ ৯ বছৰীয়া প্ৰিয়ংকা কিষাণক ধৰ্ষণ কৰি হত্যা কৰি পুতি থোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো আজিলৈকে প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ।* সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা , ৰাভা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ভেৰগাঁও মহকুমাৰ বাকৰিত শিশুটিৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ভেৰগাঁও নলবাৰী গাঁৱৰ এটি ৯ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰে ৷