গুৱাহাটী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জন্মদিন, ধিৰেন পাৰা FRUত অনুষ্ঠিত কৰা হৈছে সুস্থ নাৰী, সুস্থ পৰিয়াল অভিযান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জন্মদিন, ধিৰেন পাৰা FRUত অনুষ্ঠিত কৰা হৈছে সুস্থ নাৰী, সুস্থ পৰিয়াল অভিযানৰ অনুষ্ঠান। দেশজুৰি স্বাস্থ্য বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ ধিৰেন পাৰা FRU ত অনুষ্ঠিত কৰা হৈছে সুস্থ নাৰী, সুস্থ পৰিয়াল অভিযানৰ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান।