Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

বাঘবৰ: জনিয়াত জনিয়া মণ্ডল কংগ্ৰেছৰ সাংগঠনিক সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনৰ অংশ গ্ৰহণ

Baghbor, Barpeta | Sep 17, 2025
মন্দিয়া সমষ্টিৰ অন্তৰ্গত জনিয়া মণ্ডল কংগ্ৰেছৰ উদ্যোগত বুধবাৰে জনিয়াত এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ সাংগঠনিক সভাখনত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনে উপস্থিত থাকে ৷ সভাখনত ২৬ চনৰ বিধানসভা নিৰ্বাচন লক্ষ্য আগত ৰাখি সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰা হয় । সভাখনত ভালে সংখ্যক কংগ্ৰেছ কৰ্মীৰ লগতে স্থানীয় ব্যক্তি উপস্থিত থাকে ৷

MORE NEWS