বৰপেটা: অগপৰ জিলা কাৰ্যালয় কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰয়ৰ মন্তব্য আমি দাবী কৰা মতে টিকট পালে বিষমবাদ কিয় হব
Barpeta, Barpeta | Jul 30, 2025
অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, বৰপেটা জিলা সমিতি গঠনাৰ্থে বুধবাৰে বৰপেটা জিলা অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত...