মঙলদৈ ভাগ: আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা,মঙলদৈ বিদ্যুৎ চক্ৰ কাৰ্যালয়ত আয়োজন বিশ্ব কৰ্মা পুজা
বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ।মঙলদৈ বৈদ্যুত চক্ৰ কাৰ্যালয়ত পালন কৰিছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে বৈদ্যুত চক্ৰ কাৰ্যালয়ত ৷ উদ্যোগ, কল কাৰখানা, কাৰিকৰী নিৰ্মাতা ও ব্যাৱসায়িক প্ৰতিষ্ঠানত এই পূজা অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰ দুপৰীয়া নাগাৰা নাম লগতে সন্ধিয়া সাংস্কৃতিক অনুস্থান আয়োজন কৰিছে ৷ সন্ধিয়াৰ সাংস্কৃতিক মঞ্চত দিপান্বিতা আৰু সানিধ্য ভূঞাই গীত পৰিবেশন