দলগাঁও ভাগ: দৰঙৰ ঐতিহাসিক ৪৫৭বছৰ গৰকা খটৰা সত্ৰৰ পাচেতি মহোৎসৱৰ দ্বিতীয় লোকে লোকাৰণ্য পৰিবেশ
দৰঙৰ ঐতিহাসিক ৪৫৭বছৰ গৰকা খটৰা সত্ৰৰ বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত পাচেতি মহোৎসৱ উপলক্ষে লোকাৰণ্য।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষ্যাধিক ভক্তৰ সমাগম হ'ব সত্ৰখনত।চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পাচেতি মহোৎসৱৰ দ্বিতীয় দিনা ভক্ত সকলে যান-বাহন শান্তি কৰাৰ লগতে নৈবেদ্য আগবঢ়ায় আশীৰ্বাদ গ্ৰহণ কৰে। ইফালে দুপৰীয়া প্ৰদৰ্শন হ'ব দধিমথন কৃষ্টি