চিচিবৰগাঁও: জিলা সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান, তিনিটা ধৰ্ষণৰ গোচৰত তিনিটা অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান আদালতৰ
জিলা সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান তিনিটা ধৰ্ষণৰ গোচৰত তিনিজন অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান আদাতৰ ।গোগামুখ থানাৰ অন্তৰ্গত ধৰ্ষণৰ গোচৰত অভিযুক্ত নিৰন চুতীয়াক Pocso ধাৰা অধীনত ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হেজাৰ টকাৰ জৰিমনা , জৰিমনা অনাদায়ে কৰিলে ৩ বছৰৰ কাৰাদণ্ড খাটিব লাগিব ।জোনাই থানাৰ ৰুজু হোৱা আন এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত আনন্দ দাসক ।