বইটামাৰী: ধনতোলা বজাৰত ভয়ংকৰ ঘটনা, বিদ্যুত পৰিবাহী তাঁৰত হঠাতে জুই লগা বাবে অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি
বুধবাৰে বঙাইগাঁও জিলাৰ ধনতোলা বজাৰ বাজিতপাৰাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । বিদ্যুত পৰিবাহী তাঁৰত হঠাতে লাগিল জুই। হঠাতে বিদ্যুত পৰিবাহী তাঁৰত জুই লগাৰ বাবে অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ।