গুৱাহাটী: গুৱাহাটী কাহিলীপাৰা বাসগৃহৰ পৰা জুবিন গাৰ্গৰ পত্নী ৰাওনা হয় যোৰহাটলৈ ,আবেগিক হৈ পৰে তেওঁ
গুৱাহাটী কাহিলীপাৰা বাসগৃহৰ পৰা জুবিন গাৰ্গৰ পত্নী ৰাওনা হয় যোৰহাটলৈ ,আবেগিক হৈ পৰে তেওঁ। যোৰহাটত চৰকাৰে অনুষ্ঠিত কৰিব লগীয়া আদ্যশ্ৰাদ্ধত উপস্থিত থাকিব গৰিমা শইকীয়া।