মঙলদৈ ভাগ: প্ৰধানমন্ত্ৰীৰ দৰং ভ্ৰমণৰ বাবে তেজপুৰৰ পৰা বাইহাটালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে
Mangaldoi Part, Darrang | Sep 13, 2025
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৪ ছেপ্টেম্বৰত মঙলদৈ চহৰৰ সমীপৰ বঙলাগড় ব্লক চ’কত লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া...