গোলাঘাট: এজাক বৰষুণতেই কৃত্ৰিম বানপানীত ককবকাইছে কমাৰবন্ধাৰ অৰ্ধ শতাধিক পৰিয়াল,প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ #jansamasya
Golaghat, Golaghat | Sep 7, 2025
এজাক বৰষুণতেই কৃত্ৰিম বানপানীত ককবকাইছে গোলাঘাটৰ কমাৰবন্ধাৰ অৰ্ধ শতাধিক পৰিয়াল l গোলাঘাটত ধোদৰ আলি নিৰ্মাণৰ মাজতেই...