আজাৰা: আজাৰা ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ
আজাৰা ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক উপস্থিত ভাৰত চৰকাৰৰ বাণিজ্য- উদ্যোগ মন্ত্ৰালয় তথা ইলেক্ট্ৰনিকচ্ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ । ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ হৈ থকা বিদ্যালয় গৃহ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।