Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

লাহৰীঘাট: লোচনাবড়িত শুক্ৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা

Laharighat, Morigaon | Apr 5, 2024
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিজেপি দলৰ নেতা কৰ্মী সকল।আজি সন্ধিয়া লাহৰীঘাট সমষ্টিৰ লোচনাবড়িত অনুষ্ঠিত হয় মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা।মৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি চেলিম চৌধুৰীৰ সভাপতিত্বত লোচনাবড়ি পঞ্চায়তৰ ২৭৬ নং বুথ কেন্দ্ৰৰ মহিলা সকলক লৈ অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভাখন।সভাখনত প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটতত জয়ী কৰাবলৈ মণ্ডলৰ বিষয়ববীয়া সকলে মহিলা সকলৰ সৈতে আলোচনাত মিলিত হয়।