পশ্চিম ডিব্ৰুগড়: বৰবৰুৱাৰ উত্তম গগৈৰ হত্যাকাণ্ডৰ নতুন মুৰ, হত্যাকাৰীৰ স্বীকাৰোক্তিত নিশা বগীবিলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা পিষ্টল
ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ উত্তম গগৈ ওৰফে ছেং কাইক হত্যাকাণ্ডৰ নতুন মুৰ। ৰবিবাৰে নিশা ১১ বজাত বৰবৰুৱা আৰক্ষীয়ে জব্দ কৰিব হত্যাৰ বাবে অনা পিষ্টল। বৰবৰুৱা আৰক্ষীয়ে বগীবিলৰ নাহৰণীৰ অৰুণ গগৈৰ বাসগৃহত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো। ৪৫ হাজাৰ টকাৰে আমগুৰিৰ পৰা ক্ৰয় কৰা মাৰণাস্ত্ৰ বগীবিলৰ পৰা জব্দ কৰে