নলবাৰী: বৰখানাজান শ্ৰীগুৰু প্ৰাথমিক শাখা সংঘৰ উদ্যোগত আয়োজিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ সফল সামৰণি
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ৫৭৭সংখ্যক জন্মজয়ন্তী উপলক্ষে বৰখানাজান শ্ৰীগুৰু প্ৰাথমিক শাখাৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা উৎসৱ শনিবাৰে নিশা সফল সামৰণি পৰে।ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শিল্পী গৰাকীক স্মৰণ কৰা দেখা যায়।