ডুমডুমা: ডিৰাক গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন ,উপস্থিত বিধায়ক বলীন চেতিয়া
বুধবাৰে ভাৰতীয় জনতা পাৰ্টি, কাকপথাৰ মণ্ডল সমিতিৰ উদ্যোগত ডিৰাক গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ উপস্থিতিত কেক কাটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন পালন কৰে । আধুনিক ভাৰতৰ ৰূপকাৰ, বিশ্ববৰেণ্য নেতা, প্ৰধানমন্ত্ৰীক প্ৰভু ভগৱন্তই অফুৰন্ত উদ্যম আৰু কৰ্মশক্তি প্ৰদান কৰাৰ কামনা কৰে ।