সোণাৰি: প্ৰধানমন্ত্ৰী মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাবলৈ ৰাইজক চৰাইদেউত আহ্বান সাংসদ তপন কুমাৰ গগৈৰ
চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত বৃহৎ যোগদান কার্যসূচীত অংশগ্ৰহণ কৰি নৱাগতসকলক দললৈ আদৰণি জনোৱাৰ লগতে দলীয় কাৰ্যকৰ্তা সকলক সম্বোধন কৰে বিজেপি প্ৰাৰ্থী তথা সাংসদ তপন কুমাৰ গগৈয়ে । সভাত কেবিনেট মন্ত্ৰী তথা বিধায়ক আৰু বিজেপি কাৰ্য়কৰ্তা সকল উপস্থিত থাকে ।