নগাঁও: চামগুৰিত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ
Nagaon, Nagaon | Nov 1, 2025 চামগুৰিত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ !চামগুৰিৰ গেন্ধালি আদৰ্শ গাঁৱৰ ধাননি পথাৰত মুক্ত বিচৰণ পাঁচৰ পৰা সাতজনীয়া বন্যহস্তী জাকৰ !দিনে-নিশাই চামগুৰিৰ বিভিন্ন অঞ্চলত ৫-৭জনীয়া এটা বন্যহস্তী জাকে নতুনকৈ গেৰ লোৱা ধান খায় তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে বহু বিঘা ধান খেতি !বিগত বহুদিন ধৰি বন্যহস্তী জাকে ধান খেতি অনিষ্ট কৰাকলৈ মূৰে-কপালে হাত দিব লগীয়া হৈছে খেতিয়ক সকলে