গোগামুখ: মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তক লৈ গোগামুখ সদৰত উত্তাল প্ৰতিবাদ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ
গোগামুখত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিলিপি দাহ কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই। অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ-মুখ্যমন্ত্ৰী মুৰ্দাবাদ,শিক্ষামন্ত্ৰী ৰনোজ পেগু মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই।