মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৭ বজাত তিনিচুকীয়াত অল অসম হ’স্পিটেলিটি ৱেলফিয়েৰ এছ’চিয়েচনৰ তিনিচুকীয়া জিলাৰ নতুন কমিটি গঠন কৰা হয় । অল অসম হ’স্পিটেলিটি ৱেলফাৰ এস’চিয়েচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জীৎ বৰা সাধাৰণ সম্পাদক শৈলেন দাস যুটীয়া সম্পাদক মনোজ বৰ্মন সাংগঠনিক সম্পাদক এন. এম. ইছলাম দেৱ আৰু গুৱাহাটী মহানগৰীয় সমিতিৰ সভাপতি পংকজ কলিতা উপস্থিতিত তিনিচুকীয়াত এখন ২৫ জনীয়া নতুন জিলা কমিটি গঠন কৰা হয়।