নগাঁও: জিলা প্ৰেছ ক্লাব"ৰ ২০২৫ বৰ্ষৰ মধ্যকালীন অধিবেশন খনি আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত
Nagaon, Nagaon | Nov 2, 2025 নগাঁও জিলাৰ সদৰস্থ সাংবাদিক সকলৰ উমেহতীয়া মঞ্চ "নগাঁও প্ৰেছ ক্লাব"ৰ ২০২৫ বৰ্ষৰ মধ্যকালীন অধিবেশন খনি আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মধ্যকালীন অধিবেশনৰ লগত সংগতি ৰাখি নগাঁও প্ৰেছ ক্লাবৰ সভাগৃহত অনুষ্ঠিত মুকলি সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজ আৰু সাংবাদিক সকলৰ সৈতে মত-বিনিময় কৰো। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকী সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনিত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত ,পৰাগমণি আদিত্য ,গুৰুমাইল সিং