নলবাৰী: চহৰৰ থানা চকত ভয়াবহ দুৰ্ঘটনা,নৰ্দীৰ নীলকণ্ঠ বৰ ঢুলীয়া পাৰ্টি দূৰ্ঘটনাগ্ৰস্ত
নলবাৰী থানা চকত ভয়াবহ দুৰ্ঘটনা ৷নলবাৰীৰ নৰ্দীৰ নীলকণ্ঠ বৰ ঢুলীয়া পাৰ্টি দূৰ্ঘটনাগ্ৰস্ত হয় ৷দুৰ্ঘটনাৰ ফলত কেইবাগৰাকীও লোক আহত হয়।আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।