গুৱাহাটী: বীৰ লাচিত সেনা নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা ৮ সদস্যক স্বাস্থ্য পৰীক্ষা বাবে লৈ যোৱা হয় দিছপুৰ আৰক্ষী থানাৰ পৰা
বীৰ লাচিত সেনা নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা ৮ সদস্যক স্বাস্থ্য পৰীক্ষা বাবে লৈ যোৱা হয় দিছপুৰ আৰক্ষী থানাৰ পৰা । সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।